Sponsored
Sponsored
Free Edition
Verified Content
অৰ্ণৱ, আস্থা আৰু JEC
Overview
'অৰ্ণৱ, আস্থা আৰু JEC' আগবাঢ়িছে পৰিয়ালৰ সকলোৰে মাজত ডাঙৰ হোৱা এগৰাকী সৰলমনা কিশোৰীৰ কাহিনীৰে ৷ কিশোৰী জীৱনৰ অলেখ অযুত সপোন, প্ৰথম প্ৰেমৰ কোমল শ্নিগ্ধ অনুভূতি, জটিল জীৱনৰ সৈতে মুখামুখি হোৱা সময়ৰ অন্তৰ্দ্বন্দ্ব আৰু আধুনিকতাই আনি দিয়া যান্ত্ৰিকতাত জুৰুলা এটা প্ৰজন্মৰ সংঘাটৰ কাহিনী এই উপন্যাস ৷ যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ (JEC) পটভূমিত ৰচিত এই উপন্যাস এক কথাত কবলৈ গ'লে — পোহৰমুখী এজাক কিশোৰ-কিশোৰী তথা তৰুণ-তৰুণীৰ হৃদয়পৰশা কাহিনী, যি মিঠা মিঠা আৰু ভাল লগা ৷
36,114 currently reading
152,889 want to read
Sponsored
Sponsored
Book details & editions
| ISBN | 53295542 |
| Publisher | আঁক-বাক |
| Publication date | November 2019 |
| Language | ASM |
| Pages | 208 pages |
Sponsored
Sponsored
Ratings & Reviews
5 ★
42%
4 ★
34%
3 ★
16%
2 ★
5%
1 ★
3%
3.77
BlueReads Choice
Sponsored
Write a Review
Community Reviews
Sort by: